গধূলা
gadhūlā
অৰ্থ
1.
গৰু ঘৰলৈ চাপি অহা সময়, বেলি পৰা বা মাৰ যোবা কাল; সন্ধ্যা সময়
evening; sunset
বি.
সমাৰ্থক শব্দ
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ