← ফুৰি যাওক

গদা

gadā

অৰ্থ

1.

মুদ্গৰৰ নিচিনা এবিধ যুদ্ধত ব্যবহাৰ কৰা ডাঙৰ লোৰ টাঙোন

an iron mace; a club

বি.

2.

মাছৰ পিঠিছোবা

the back of a big fish

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গদা · অসমীয়া অভিধান