← ফুৰি যাওক

গতি

gati

অৰ্থ

1.

যোবা কাৰ্য্য; গমন

the act of going; motion

বি.

2.

খোজ কঢ়াৰ ধৰণ

mode of walking; gait

বি.

3.

দশা; দুৰ্গতি; অবস্হা; পৰিণাম

plight; condiṭion

বি.

4.

মৱত্যুৰ পাছত হোবা অবস্হা; মুক্তি; যেনে-"সাধু লোক গতি পায়"

deliverance; salvation

বি.

5.

আচৰণ; স্বভাব; প্ৰকৱতি; যেনে-"তাৰ গতি বেয়া"

character

বি.

6.

আশ্ৰয়ৰ ঠাই; যেনে-"অগতিৰ গতি তুমি"

refuge

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গতি · অসমীয়া অভিধান