গত লাগ্
অৰ্থ
1.
যি নিয়মত হ'ব লাগে বা যেনে হ'ব লাগে তেনে হ; যেনে-"এতিয়াও বস্ত্তবোৰ গত নেলাগিল"
to be in proper order
2.
যেনে অবস্হাত পৰিব লাগে তেনে অবস্হাত পৰ্; যেনে-"এইবাৰ চোৰৰ গত লাগিল"
to be properly dealt with
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ