← ফুৰি যাওক

গত

gata

অৰ্থ

1.

বাদ্যৰ কোনো নিৰ্দ্দিষ্ট সুৰ

a musical tune

বি.

2.

অবস্হা; স্বভাব; ধৰণ; নিয়ম; প্ৰকাৰ; ভাও; . যেনে-"ভাল মানুহৰ গতেৰে চলিবাঁ"; "এই কামৰ গত নাপাওঁ।"

disposition; character; manner; mode of doing anything

বি.

3.

যোবা; অতীত; ভূত; নাইকিয়া হোবা

past; what is gone

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গত · অসমীয়া অভিধান