গণ্য
gaṇya
অৰ্থ
1.
ডাঙৰ বা শ্ৰেষ্ঠ বুলি মানিব বা ধৰিবৰ যোগ্য
deserving esteem or respect
বিণ.
2.
ধৰ্ত্তব্য; ধৰিব লগা; লেখত ল'ব লগা
fit to be considered or credited
বিণ.
3.
সম্মান; মান্য কৰা; যেনে-"ধনৰ বলত সি কাকো গণ্য নকৰে।" বিণ. গণ্য- মান্য=সম্ভ্ৰান্ত
respectful
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ