গণিতা
gaṇitā
অৰ্থ
1.
গণনা; লেখ কৰা; যেনে-"বীৰ-গণিতাত গণিবেক সাতো আগে" (মা. ক. সুন্দৰাকাণ্ড)।
বি.
2.
অদৱষ্ট বা শুভক্ষণ কাৰ্য্য; যেনে-"গণকে গণিতা কৰে খেণ চৰি যায়" (বিয়ানাম)।
বি.
3.
সম্মান কৰা কাৰ্য্য
act of respecting one
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ