← ফুৰি যাওক

গণ্

gaṇ

অৰ্থ

1.

গণনা কৰ্; লেখ

to count

2.

শুভাশুভ গণনা কৰ্; পুথি-পাঁজি চাই বা আন কোনো নিয়মেৰে দৈবৰ ভাল-মন্দ নিশ্চয় কৰ্

to divine

3.

গণ্য কৰ্; মান কৰ্; ভয় কৰ্; যেনে-"ধনৰ বলত সি কাকো নগণে"

to regard; to mind; to care for

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ