← ফুৰি যাওক

গঁঠীয়া

gam̐ṭhīẏā

অৰ্থ

1.

ঘন ঘন গাঁঠি থকা; যেনে-"গঁঠীয়া কুঁহিয়াৰ"

having many knots

বিণ.

2.

হাত ভৰিৰ গাঁঠি বা জোৰাত হোবা (বাত আদি ৰোগ)

relating to the joints of limbs

বিণ.

3.

চুটি-চাপৰ কিন্ত্ত শকত (হাত ভৰিৰ পাব আৰু মানুহ)

stout and hardy but dwarfish

বিণ.

4.

আঙুলি বা ভৰিৰ গাঁঠিত হোবা এবিধ খহু বা টেমুনা

a tumour on the joints

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ