← ফুৰি যাওক

গঞ্জ খা, গঞ্জ মাৰ্

অৰ্থ

1.

ঠাই খা; হেঁচা-হেঁচি বা নিসন্ধি হৈ গোট খা; ৰিৰ দি বাট নোপোবা হ

to be closely packed or densely filled

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ