← ফুৰি যাওক

গঞ্জ

gañja

অৰ্থ

1.

গোঁজৰ; খং; দৰ্প; যেনে-"গঞ্জ কৰি ৰোলয় ৰাখোক আসি ৰাম" (মা. ক., সুন্দৰাকাণ্ড)।

বি.

2.

হাট-বজাৰৰ মানুহৰ নিচিনা নিসন্ধি; ঠাহ খোবা; যেনে-"হাটত মানুহ গঞ্জ খাইছে"

dense; packed up

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গঞ্জ · অসমীয়া অভিধান