← ফুৰি যাওকগঞালিঅৰ্থ1.গাবঁৰ ৰাজহুবা সম্প্ৰদায়a village communityসমাৰ্থক শব্দগয়াঁলি2.গাবঁৰ ৰাইজৰ সম্পৰ্কীয়concerning or relating to the village communityবিণ.সমাৰ্থক শব্দগয়াঁলিউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ