← ফুৰি যাওক

গঞ

gaña

অৰ্থ

1.

গৰ্ব্ব; আয়ম; যেনে-"উলসমালস কৰি আসে গঞ ভৰি; "

pride

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গঞ · অসমীয়া অভিধান