← ফুৰি যাওক

গজাল

gajāla

অৰ্থ

1.

বাঁহ, কাঠ আদি একেলগ কৰি ধৰি ৰাখিবলৈ মৰা বাঁহ বা লোৰ জোঙা শাল বা কাঁইট

a nail

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গজাল · অসমীয়া অভিধান