← ফুৰি যাওক

গজ-গতি

gaja-gati

অৰ্থ

1.

হাতীৰ নিচিনা গহীন আৰু ধীৰ গতি বা গমন; গজেন্দ্ৰ-গমন

slow and measured gait

বি.

2.

এবিধ ছন্দ।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গজ-গতি · অসমীয়া অভিধান