← ফুৰি যাওক

গজ

gaja

অৰ্থ

1.

হাতী

an elephant

বি.

2.

দুহাত পৰিমাণ

one yard

বি.

3.

দুহাত দীঘল মাৰি

a measuring rod of one yard or two cubits

বি.

4.

ধোবাঁখোবাৰ নলিচা খৰিকিওবা মাৰি

a thin hookaclearing rod

বি.

5.

হিলৈ খঁজা মাৰি

a ram rod

বি.

6.

কোনো যন্ত্ৰ বা সঁজুলিৰ ভিতৰত লগোবা সৰু দীঘল মাৰি; যেনে-"খিৰিকি-দুবাৰৰ গজ।"

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গজ · অসমীয়া অভিধান