গছা
gachā
অৰ্থ
1.
চাকিৰ আধাৰ; চাকি থ'বৰ যতন; দীপাধাৰ
a stand for a native lamp
বি.
2.
পাছে ওলটাই নিবৰ নিয়ম কৰি আনৰ হাতত ৰাখ্; বিশ্বাস কৰি লোকৰ হাতত থ
to deposit with another in trust
সক. ধা.
3.
গছাই থোবা বস্ত্ত হেৰালে বা নষ্ট হ'লে তাৰ বাবে দিব লগীয়া মূল্য স্হিৰ কৰ্
to fix the value of a thing deposited with another in case of loss or any injury to it
সক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ