গছনীয়া
gachanīẏā
অৰ্থ
1.
পাছে ওলটাই দিবৰ নিয়ম কৰি লোকৰ বস্ত্ত ৰাখোঁতা; পাছে ঘূৰাই দিবলৈ আনৰ বস্ত্ত ৰখা মানুহ
one who receives and keeps a thing for another in trust; a bailee
বি.
2.
আনৰ হাতত গছাই থোবা (বস্ত্ত)
deposited with another in trust
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ