← ফুৰি যাওক

গঙ্গা-চিলনী

gaṅgā-cilanī

অৰ্থ

1.

পানীৰ ওপৰত উৰি উৰি মাছ আদি ধৰি খোবা এবিধ গা-বগা, মূৰ-ক'লা আৰু ঠোঁট-হালধীয়া মজলীয়া আকাৰৰ চৰাই

a fish hawk; the tern

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

গঙ্গা-চিলনী · অসমীয়া অভিধান