← ফুৰি যাওক

খোঁচা মাৰ্

khom̐cā, mār

অৰ্থ

1.

উৰুখনি মাৰিবলৈ চালৰ বিন্ধাত খেৰ সুমাই চাল বাৎ

to repair or patch up a roof by inserting thatching grass to stop leakage

2.

লেখা কথাৰ মাজত পাছে আন ন কথা সুমাই দি

to interline; to interpolate

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোঁচা মাৰ্ · অসমীয়া অভিধান