← ফুৰি যাওক

খোঁচ মাৰি ধৰ্

অৰ্থ

1.

জোঙা বস্ত্তৰ আগেৰে খুঁচি বা হেঁচি ধৰ্

to press down with the end of a pointed thing

2.

জোঙা বস্ত্তৰে বিন্ধাৰ দৰে বেদনা কৰ্ (পেটৰ)

to cause pain like the thrust of a pointed thing

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খোঁচ মাৰি ধৰ্ · অসমীয়া অভিধান