খেণ
kheṇa
অৰ্থ
1.
মুহূৰ্ত্ত; খন্তেক
a short time
বি.
2.
শুভক্ষণ; কোনো নিৰ্দ্দিষ্ট সময়; যেনে-"গণকে গণিতা কৰে, খেণ চৰি খায়" (বিয়া-নাম)
an auspicious moment
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ