খেক, খেক্ খেক্
kheka, khek, khek
অৰ্থ
1.
শিয়াল, বান্দৰ আদিৰ খং উঠিলে কৰা কৰ্কশ শব্দ।
বি.
2.
অলপকৈ কাহি ডিঙি পৰষ্কাৰ কৰাৰ শব্দ।
বি.
3.
চেপি ধৰি বৰকৈ হঁহাৰ শব্দ
an imitative word used to express the voice of an enraged monkey, jackal or the sound of hawking of the throat of suppressed laugh
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ