← ফুৰি যাওক

খেও

kheo

অৰ্থ

1.

পানীত মাছ ধৰিবলৈ জাল মাৰি বা পেলাই আকৌ তুলি অনা কাৰ্য্য

the act of casting and drawing a fish- net

বি.

2.

মাকোৰে তাঁতত এমোৰ সূতা সুমুওবা কাৰ্য্য

the act of throwing a shuttle

বি.

3.

মাকোৰে এমোৰ মাৰিবলৈ জোৰা সূতা

as much thread as is sufficient to throw with a shuttle at one time

বি.

4.

নাবেৰে নৈ পাৰ হোবা কাৰ্য্য

the act of crossing a river in a boat

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ