← ফুৰি যাওক

খুবা

khubā

অৰ্থ

1.

to cause to drink or eat; to feed

সক. ধা.

2.

লগা; যেনে-"পীৰাত খুৰা খুবা"

to cause to fit

সক. ধা.

3.

ভোগ কৰা; যেনে-"তোক বহুত দুখ খুবালো"

to cause to enjoy or suffer

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খুবা · অসমীয়া অভিধান