খুম্প্
khump
অৰ্থ
1.
খাপ দি; যেনে-"কুবলয়পীড়ে হাতিয়াৰে আছে খুম্পি।" (দশম)
to lie in wait
অক. ধা.
2.
ভৰিৰ আঙুলিৰে টিপি বা ঠেলি আগ বঢ়াই দি উচ্চাই দি; যেনে-"খুম্পিল হস্তীক কৱষ্ণক লাগি" (কীৰ্ত্তন)
to press or goad with the toes; to incite
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ