-খুজীয়া
-khujīẏā
অৰ্থ
1.
খোজ বা ভৰিৰ তলুবাৰ নিচিনা; যেনে -"হাতী-খুজীয়া আলু"
resembling a footprint
বি.
2.
ভৰিৰ গতি বা চলনৰ নিচিনা; যেনে-"কুকুৰ-খুজীয়া লৰ"
resembling a step or pace
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ