← ফুৰি যাওক

খাবলা

khābalā

অৰ্থ

1.

দ-ঠাই; খোল

a hollow; a cavity

বি.

2.

বখলা; বকটা

a portion bitten off

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাবলা · অসমীয়া অভিধান