← ফুৰি যাওক

খাব

khāba

অৰ্থ

1.

কোনো বস্ত্ত কোবাই দূৰলৈ পেলোবা কাৰ্য্য

the act of throwing a thing at a distance by striking with a rod, etc.

বি.

2.

শিঙেৰে খোঁচ মৰা কাৰ্য্য; মূৰেৰে খুন্দা মৰা কাৰ্য্য

the act of butting or goring

বি.

3.

চাব; নাঙলৰ আগত উঠা মাটি

a heap of grass, etc., which gets stuck to the plough when ploughing

বি.

4.

ব'ঠা, হাত, ভৰি বা আন কোনো বস্ত্তৰে চাব মৰা কাৰ্য্য

the act of striking or catching anything by suddenly throwing any implements or stretching the hands and feet

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ