খাপৰি
khāpari
অৰ্থ
1.
ঘৰ ছাবৰ নিমিত্তে চটাচট্কৈ গঢ়ি ভটাত পোৰা মাটি
a tile
বি.
2.
জ্বৰ-খাপৰি; বুকুৰ বাওঁফালে থকা আৰু জ্বৰ হ'লে বঢ়া এচটা মঙহ
the spleen
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ