← ফুৰি যাওক

খাপ

khāpa

অৰ্থ

1.

লুকাই বাট চাই থকা কাৰ্য্য; কাৰো অনিষ্ট কৰিবৰ নিমিত্তে চল চাই ৰৈ থকা কাৰ্য্য

act of lying in wait; ambuscade

বি.

2.

জখলা বা খটখটিত ভৰি দিয়া ঠাই

a step

বি.

3.

জখলা; তৰপ; থাক

a shelf; a stratum

বি.

4.

তলা

a storey of a house

বি.

5.

শ্ৰেণী

a grade

বি.

6.

তৰোবালৰ ফাক।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ