খান্দি
khāndi
অৰ্থ
1.
নেছা; মেৰাই গাঁঠি দি ভাগ কৰি থোবা সূতা
a skein of thread
বি.
2.
জৰীৰে গঁঠা মণিৰ খাপি
a division in a string of beads
বি.
3.
কমাৰে পুৰণি ছিগা ভগা লো বা তীখাবিলাক গোটাই তাও দি পিটি কৰা ডোখৰ বা খণ্ড
a mass of old iron piece smelteda and hammered together
বি.
4.
সৰু খন্দা।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ