← ফুৰি যাওক

খাতি

khāti

অৰ্থ

1.

বাঁহৰ সৰু কাঠী বা শলি

a thin rod or slit of bamboo

বি.

2.

পিটি পাতল কৰা ধাতু; সৰুকৈ কটা ৰূপ বা সোণৰ পতা

a small piece of silver or gold leaf

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাতি · অসমীয়া অভিধান