খাতা
khātā
অৰ্থ
1.
হিছাপ ৰখা বহী; জমা-খৰচ বা উৎপন-ভগনৰ টোকা ৰখা বহী
an account book
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ