খাটাং
khāṭām
অৰ্থ
1.
হাতীৰ আগ-ভৰিত মৰা গোটা বেতৰ বাণ্ডা
a contrivance (like a loop or ring) of unsplit cane for tying together the fore-legs of an elephant when letting it loose for grazing
বি.
2.
একেবাৰে নিশ্চিত; পাছলৈ লৰ-চৰ হ'ব নোবৰা; শেষ নিষ্পত্তি হোবা
conclusive; finally determined
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ