← ফুৰি যাওক

খাটোলা

khāṭolā

অৰ্থ

1.

এবিধ চাৰিচুকীয়া দোলা

a four-cornered vehicle carried on men's shoulders

বি.

সমাৰ্থক শব্দ

2.

সৰু খাট,

a small bed-stead

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাটোলা · অসমীয়া অভিধান