← ফুৰি যাওক

খাটনি

khāṭani

অৰ্থ

1.

খটা কাৰ্য্য; উপকাৰৰ আশা কৰি আনক কৰা ভাৰসা; উপকাৰ পাৰলৈ কৰা উপাসা

soliciting favour; entreaty

বি.

2.

আনৰ নিমিত্তে কৰা পৰিশ্ৰম

service to others

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ