← ফুৰি যাওক

খাটধৰি

khāṭadhari

অৰ্থ

1.

খটখটি; যেনে-"সৰোবৰচয় চাৰু জলে আছে ভৰি। চাৰিও কাযৰে সুবৰ্ণৰ খাটখৰি" (ৰুক্মিণী-হৰণ)।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাটধৰি · অসমীয়া অভিধান