← ফুৰি যাওক

খাঞ্চি

khāñci

অৰ্থ

1.

খাঁজি; ভৰাই বা ভৰপুৰ কৰি; যেনে-"সমস্ত শৰীৰ অলঙ্কাৰে দিলা খাঞ্চি" (মা. ক., অযোধ্যাকাণ্ড)।

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাঞ্চি · অসমীয়া অভিধান