খাঁজি-খোবা
khām̐ji-khobā
অৰ্থ
1.
বাটৰুবাই এসাজ খাই বিশ্ৰাম কৰিবৰ নিমিত্তে বাট সাজি থোবা ঘৰ
a rest house
বি.
2.
ৰজাই অ'লৈ-ত'লৈ গ'লে জিৰাবৰ কাৰণএ বাটত সাজি থোবা ঘৰ
a stage-house for the king
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ