← ফুৰি যাওক

খাঁজ্

khām̐j

অৰ্থ

1.

হিলৈত খাৰ-গুলী ঠাহি ভৰা

to load; as a gun

সক. ধা.

2.

গছৰ শাৰীৰ মাজত থকা শুদা ঠাইত নকৈ ৰো

to plant at vacant places; to fill in vacancies

সক. ধা.

3.

হেঁচি সুমা; ঠাহ্

push in tightly; ram down

সক. ধা.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাঁজ্ · অসমীয়া অভিধান