খাঁজ
khām̐ja
অৰ্থ
1.
এটা বস্ত্তত আন এটা বস্ত্তৰ এমূৰ সুমাই লগাবলৈ কৰা খোলনি; এডোখৰ কাঠত আন এডোখৰ কাঠৰ এমূৰত কাটি দিয়া আল সুমাই দিবলৈ কৰা খোলনি
a mortise for joining two pieces of timber
বি.
2.
কোনো বস্ত্তৰ গাত কাটি দিয়া খোপ
a notch
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ