← ফুৰি যাওক

খাছ

khācha

অৰ্থ

1.

পৰৰপৰা অধিকাৰ কৰি নিজৰ স্বত্বত ৰখা; যেনে-"খাচ্ মহল" (কোনো জামদাৰ আদিৰ লগত বন্দবস্ত নোহোবা অৰ্থাৎ পোনে পোনে ৰজাৰপৰা বন্দবস্ত কৰা)

held direct from the government

বিণ.

সমাৰ্থক শব্দ

2.

আচল; বিশুদ্ধ

pure; real

বিণ.

সমাৰ্থক শব্দ

3.

ছ্ব বা ধৰিব পৰা; হাতত থকা; যেনে-"খাচ দখল"

tangible

বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ