← ফুৰি যাওক

খাগৰি

khāgari

অৰ্থ

1.

হাবিত আপুনি হোবা কুঁহিয়াৰ জাতিৰ এবিধ ওখ তৱণ [ইয়াৰ আৰু এটা উপজাতি আছে, তাৰ ঠাৰি কিছু সৰু আৰু ক'লা, তাক ক'লীয়া খাগৰি বোলে।]

a variety of reed; saccharum fuscum

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খাগৰি · অসমীয়া অভিধান