খাঁকৰু
khām̐karu
অৰ্থ
1.
খেঁকেৰু; নাকৰ শুকান সেঙুন
dried mucus in the nostril
বি.
2.
ঘাৰ চোকোৰা; ঘাত লাগি থকা শুকান পূঁজ
the scab of sore
বি.
3.
দৈ আদিৰ ওপৰৰ শুকান মাৰি হোবা ছাল।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
khām̐karu
খেঁকেৰু; নাকৰ শুকান সেঙুন
dried mucus in the nostril
বি.
ঘাৰ চোকোৰা; ঘাত লাগি থকা শুকান পূঁজ
the scab of sore
বি.
দৈ আদিৰ ওপৰৰ শুকান মাৰি হোবা ছাল।
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ