খাওনি
khāoni
অৰ্থ
1.
খাদ্য বস্ত্ত; খোবা সামগ্ৰী
food
বি.
2.
বাটৰ সমল; বাটত খাবলৈ গোটোবা বস্ত্ত
provisions used on a journey
বি.
3.
ভোগ-দখল কৰা (মাটি); যেনে-"মোৰ খাওনি মাটি"
possessed; occupied
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ