← ফুৰি যাওক

খলিত

khalita

অৰ্থ

1.

নিষ্ফল; ফল নধৰা; যেনে-"বেদৰ বচন খলিত নহয়"

fruitless; false

বি.

2.

খতীয়া; বন্ধ; ক্ষান্ত; যেনে-"জগন্নাথৰ ভোগ খলিত নোহোবাকৈ লাগি আছে"

interrupted; stopped

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ