← ফুৰি যাওক

খলি-খেদা

khali-khedā

অৰ্থ

1.

শাৰীত পাঁচোটাকৈ দুশাৰী খলি মাটিত যোৰ পাতি খানি প্ৰত্যেক খলিত পাঁচোটাকৈ গুটি দি, সেই গুটি হাতেৰে বুলাই কৰা এবিধ খেল।

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

খলি-খেদা · অসমীয়া অভিধান