← ফুৰি যাওক

খল

khala

অৰ্থ

1.

লগনীয়া বা টুটকীয়া মানুহ; হিংসুক; কুটিল মানুহ; সূচক; দুৰ্জ্জন

a back-biter; an envious man; a crocked man; tale-bearer

বি.

2.

পুলি ৰুবলৈ বা গুটি পঁচাৰলৈ খনা সৰু লোৰ

a hole or drill made for sowing seeds or seedlings

বি.

3.

দৰব মৰা বা বৰি পিহা এবিধ শিলৰ কিস্তি

a stone vessel for grinding or mixing medicine in

বি.

4.

জন্ত্ত বা মানুহৰ সদায় গোট খোবা ঠাই বা খোলা; খলি

a place where animals or persons generally assemble

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ