খৰ্ব্ব
kharbba
অৰ্থ
1.
2.
ক্ষুদ্ৰ; চুটি-চাপৰ
small; short
বিণ.
3.
অপমানজনক; অহঙ্কাৰী; গৰ্ব্বী; যেনে-"বাঘ যেন ৰোষি আসে বুলি খৰ্ব্ব-বাণী" (দশম)
insulting; haughty
বিণ.
4.
প্ৰবল; যেনে-"বহে খৰ্ব্ব বায়ু নুশুনয় মাত বোল। গগনক ঢাকি মহা মেঘৰ আন্দোল" (দশম)
violent
বিণ.
5.
ধ্বংস বা দমন কৰা কাৰ্য্য
act of destroying
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ